Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দলৰ অধিনায়ক-প্ৰশিক্ষকৰ বিৰুদ্ধে সৰব বাংলাদেশ ক্ৰিকেট বৰ্ড

  ঢাকা, ১৬ ফেব্ৰুৱাৰী: ৱেষ্ট ইণ্ডিজৰ হাতত নিৰাজনক প্ৰদৰ্শন দাঙি ধৰি বাংলাদেশে দ্বিতীয়খন টেষ্ট হেৰুৱাৰ সমান্তৰালকৈ ২-০ত ছিৰিজ হেৰুৱাক লৈ উদ্ব...

 


ঢাকা, ১৬ ফেব্ৰুৱাৰী: ৱেষ্ট ইণ্ডিজৰ হাতত নিৰাজনক প্ৰদৰ্শন দাঙি ধৰি বাংলাদেশে দ্বিতীয়খন টেষ্ট হেৰুৱাৰ সমান্তৰালকৈ ২-০ত ছিৰিজ হেৰুৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ নজমুল হাচনে। তেওঁ মুকলিকৈ দ্বিতীয় টেষ্টৰ প্ৰদৰ্শনকলৈ দলটোৰ অধিনায়ক মামিনুল হক আৰু প্ৰশিক্ষক ৰুছেল ডামিংগোৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়-দলৰ অধিনায়ক আৰু প্ৰশিক্ষকে সঠিক নিৰ্বাচন নকৰিলে। উল্লেখ্য যে ৱেষ্ট ইণ্ডিজে শনিবাৰে ঢাকাত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচত বাংলাদেশক ১৭ৰানৰ ব্যৱধানত পৰাস্ত কৰি ২-০ৰে ছিৰিজ দখল কৰে।ৱেষ্ট ইণ্ডিজে এই ছিৰিজ জ্যেষ্ঠ আৰু অভিজ্ঞ ক্ৰিকেটাৰৰ অবিহনে খেলিছিল।ইমানৰ পিছতো দলটোৱে ২-০ৰে ছিৰিজ দখল কৰিবলৈ সক্ষম হয়। যিটো ৱেষ্ট ইণ্ডিজৰ এক বৃহৎ সফলতা।

No comments