Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত দিবা নৈশ প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

দক্ষিণ যোৰহাট,১১ ফেব্ৰুৱাৰী: যোৰহাটৰ চৰাইবাহী যুৱসমাজ উদ্যাগত আৰু চৰাইবাহী মুছলিম গাঁৱৰ যুৱ সমাজৰ  সহযোগত আজিৰে পৰা আৰম্ভ হৈছে দিবা নৈশ ক্ৰি...


দক্ষিণ যোৰহাট,১১ ফেব্ৰুৱাৰী: যোৰহাটৰ চৰাইবাহী যুৱসমাজ উদ্যাগত আৰু চৰাইবাহী মুছলিম গাঁৱৰ যুৱ সমাজৰ  সহযোগত আজিৰে পৰা আৰম্ভ হৈছে দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা । , ১৩ ফেব্ৰুৱাৰীলৈকে চলিব লগা এখনি  দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা চৰাইবাহী এল. পি স্কুলৰ প্ৰাংগণত আজিৰে পৰা আৰম্ভ হৈছে  । সেয়েহে উক্ত খেল খনত অংশগ্ৰহণ কৰিবলৈ ৬০০১৮১২৪২৪ আৰু ৬০০৩২১১৮৬১ নাম্বাৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হল।খেল খনৰ যোগদান  মাচুল ১৫০০ টকা আৰু খেল খনৰ প্ৰাইজমনি ৭০,০০০ টকা।

No comments