Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাউথ লায়নচ ইউনিয়নৰ উদ্যোগত দিবা-নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা

গুৱাহাটী, ৭ফেব্ৰুৱাৰী: চাউথ লায়নচ ইউনিয়নৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে প্ৰাইজমানী দিবা-নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা। দৰং জিলাৰ...


গুৱাহাটী, ৭ফেব্ৰুৱাৰী: চাউথ লায়নচ ইউনিয়নৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে প্ৰাইজমানী দিবা-নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা। দৰং জিলাৰ দুনীৰ পদ্মথান দেৱালয় প্ৰাংগণত দুদিনীয়াকৈ আয়োজন কৰা হৈছে টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা। ১২ আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই ক্ৰিকেট প্ৰতিযোগিতা।চাউথ লায়নচ ইউনিয়নৰ উদ্যোগত আয়োজন কৰা এই ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ২৫,০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১৫,০০১ টকা আৰু লগত থাকিব মেন অৱ দা মেচ আৰু মেন অৱ দা চিৰিজ। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই ক্ৰিকেট প্ৰতিযোগিতাত সকলো ৰাইজৰ সহায়-সহযোগিতা, দিহা-পৰামৰ্শ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ইউনিয়নৰ সম্পাদক ৰাজু কুমাৰ শৰ্মা আৰু সভাপতি লক্ষ্যধৰ শৰ্মাই।

No comments