Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীৰে সৰুপথাত আটছাৰ প্ৰতিবাদ

গণ বাৰ্তা বৰপথাৰ ১০ ফেব্ৰুৱাৰী:- গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত চাহজনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয...


গণ বাৰ্তা বৰপথাৰ ১০ ফেব্ৰুৱাৰী:- গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত চাহজনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বৰপথাৰ আৰু সৰুপথাৰ শাখাই ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে। চাহশ্ৰমিক সকলৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰিৱৰ্তে  ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনজাতিক জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰাৰ, চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী ভুমি পট্ৰা প্ৰদান কৰাৰ দাবীত ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত দিনৰ ১১ বজাত প্ৰায় শতাধিক চাহ শ্ৰমিকে বিভিন্ন শাসক বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাললৈ তিনি দফিয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান।

No comments