Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ভয়ংকৰ দুৰ্ঘটনা, মালবাহী ৰেলে মহতিয়ালে i20 গাড়ী । দৈৱক্ৰমে ৰক্ষা পৰে গাড়ী খনৰ চালক।

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৫ জানুৱাৰী :  যোৰহাটৰ লাহতিৰ সমীপৰ চলিহা লেণ্ডৰ ৰেইল লাইনত  আজি সন্ধিয়া প্ৰায় ৫ মান বজাত  সংঘটিত হয় এক  ভয়ানক  দুৰ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৫ জানুৱাৰী :  যোৰহাটৰ লাহতিৰ সমীপৰ চলিহা লেণ্ডৰ ৰেইল লাইনত  আজি সন্ধিয়া প্ৰায় ৫ মান বজাত  সংঘটিত হয় এক  ভয়ানক  দুৰ্ঘটনা । এখন আই টুৱেন্টি গাড়ী চলিহা লেণ্ডৰ পৰা ওলাই আহোঁতে মালবাহি ৰেলে মহতিয়াই নিয়ে  i20 বাহনখনক  । 

দৈৱক্ৰমে ৰক্ষা পৰা গাড়ী খনৰ চালক। 

বাহন খনৰ নম্বৰ হল AS01BF4615*। উল্লেখ্য যে 

মালবাহি ৰেল খনে বাহন খনত থকা চালকসহ ৫০ মিটাৰ পৰ্যন্ত চুচৰাই লৈ যায়।

No comments