ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৫ জানুৱাৰী : যোৰহাটৰ লাহতিৰ সমীপৰ চলিহা লেণ্ডৰ ৰেইল লাইনত আজি সন্ধিয়া প্ৰায় ৫ মান বজাত সংঘটিত হয় এক ভয়ানক দুৰ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৫ জানুৱাৰী : যোৰহাটৰ লাহতিৰ সমীপৰ চলিহা লেণ্ডৰ ৰেইল লাইনত আজি সন্ধিয়া প্ৰায় ৫ মান বজাত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা । এখন আই টুৱেন্টি গাড়ী চলিহা লেণ্ডৰ পৰা ওলাই আহোঁতে মালবাহি ৰেলে মহতিয়াই নিয়ে i20 বাহনখনক ।
দৈৱক্ৰমে ৰক্ষা পৰা গাড়ী খনৰ চালক।
বাহন খনৰ নম্বৰ হল AS01BF4615*। উল্লেখ্য যে
মালবাহি ৰেল খনে বাহন খনত থকা চালকসহ ৫০ মিটাৰ পৰ্যন্ত চুচৰাই লৈ যায়।
No comments