Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শালবাৰীৰ গাতিত আছুৰ কা' বিৰোধী আন্দোলন

গণ বাৰ্তা, শালবাৰী, ২৪ জানুৱাৰীঃ  বাক্সা জিলাৰ শালবাৰীৰ চমুৱাগাতিত গাতি আঞ্চলিক ছাত্ৰ সন্থাই আজি মানাহ সংযোগী পথত জাতিধ্বংসী নাগৰিকত্ব সংশোধ...


গণ বাৰ্তা, শালবাৰী, ২৪ জানুৱাৰীঃ বাক্সা জিলাৰ শালবাৰীৰ চমুৱাগাতিত গাতি আঞ্চলিক ছাত্ৰ সন্থাই আজি মানাহ সংযোগী পথত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আইনখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নহ’ব তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস প্ৰমুখ্যে অন্যান্য কৰ্মীসকলে৷ ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজি পুৱাৰ ভাগতেই বিজেপি চৰকাৰ গ' বেক, বিজেপি চৰকাৰ হায় হায়, ৰঞ্জিত দাস মুৰ্দাবাদ, জাতিধ্বংসী আইন নামানো, জাতিধ্বংসী আইন বাতিল কৰক আদি শ্ল'গানেৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

No comments