Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নৈশ ক্ৰিকেট প্ৰতিযোগীতাৰ সফল সামৰণি

  ছাদিকুজ জামান :মোৰাঝাৰ :৪ জানুৱাৰী:  হোজাইৰ নীলবাগান খেলপথাৰত সদৌ অসম ভিওিত নৈশ ক্ৰিকেট প্ৰতিযোগীতা বিদায়ী বৰ্ষৰ শেষ ভাগত সফল সামৰণি পৰে৷খ...

 


ছাদিকুজ জামান :মোৰাঝাৰ :৪ জানুৱাৰী: হোজাইৰ নীলবাগান খেলপথাৰত সদৌ অসম ভিওিত নৈশ ক্ৰিকেট প্ৰতিযোগীতা বিদায়ী বৰ্ষৰ শেষ ভাগত সফল সামৰণি পৰে৷খেলখনৰ ফাইনেল খেলত  Star boys  Nilbagan বনাম  king sports boys Hojai ৰ মাজত অনুষ্ঠিত হৈ Super over ত বিজয়ী হৈছিল হোজাই King sports boys ৷ তিনিটা চুপাৰ অভাৰত বিজয়ী হয় হোজাই।Man of the tournament অৰ্জন কৰিছিল star boys নীলবাগানৰ খেলৱৈ নজমুল ইছলামে।নগদ ১৫০০০ হাজাৰ আৰু ট্ৰফি লাভ কৰে। ক্লাবৰ সাধাৰণ সম্পাদক ৰায়হান আহমেদ চৌধুৰী আৰু যুটীয়া সম্পাদক মস্তোফা আল আমিনৰ বলিষ্ঠ নেতৃত্বত টুৰ্নামেন্টৰ সফল সামৰণি পৰে। বিশেষকৈ ইয়াং ষ্টাৰ ক্লাৱৰ  মনজুৰুল ইছলাম ,নুৰ আহমেদ,ইবাদ হুছেইন চৌধুৰী, নেকিবুজ জামান,আশ্ৰাফুল  হক,স্বামিম আহমেদ,হিফজুৰ ৰহমান,আহমেদ বাবু,ৰুবেল আহমেদ, আলী ফৰদান, ইমৰান  উদ্দিন,জাহিৰ উদ্দিন  ,ইন্তেজাৰ আহমেদ , মনাৰ উদ্দিন,মেহবুহ আহমেদ, আমিৰুল ইছলাম,আজহাৰ উদ্দিন ,শ্বাহিদ আলম,মনজুৰ আহমেদ ,চুহাইল আহমেদ,শ্বাহিদ আহমেদ আৰু কাৰ্যকৰী সভাপতি আমিৰুল ইছলাম, উপদেষ্টা তমিজুৰ ৰহমান লস্কৰ, শ্বাকিৰ আহমেদ বৰভূঞা,ৰুনু চৌধুৰী,টিপু ৱাৰিছ আদি সকলৰ অৰিহণা আছিল অতুলনীয়।খেলখন নীলবাগান খেল পথাৰতে অনুষ্ঠিত হৈছিল।ফাইনেল খেলত প্ৰায় ১৫ হাজাৰ দৰ্শকৰ সমাগম হৈছিল।নিউ ষ্টাৰ ক্লাবৰ তৰফৰ পৰা ক্ৰীড়া প্ৰেমী ৰাইজ, সমূহ দাতা , জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমক কৃতজ্ঞতা জ্ঞাপন কৰে সাধাৰণ সম্পাদক ৰায়হান আহমেদ চৌধুৰীয়ে।

No comments