Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰত মন্ত্ৰী পীয়ুষ হাজৰিকাই স্বয়ম আচঁনিৰ শুভাৰম্ভ কৰে

  গণ বাৰ্তা বিশেষ , লখিমপুৰ ২২, জানুৱাৰী : স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ  স্বয়ম আঁচনিৰ শুভ উদ্ধোধনী অনুস্থান আজি উত্তৰ লখিমপুৰ নগৰৰ ত...


 গণ বাৰ্তা বিশেষ , লখিমপুৰ ২২, জানুৱাৰী : স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ  স্বয়ম আঁচনিৰ শুভ উদ্ধোধনী অনুস্থান আজি উত্তৰ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত কৰে ।এই অনুস্থানত  আদৰণি ভাষণ প্ৰদান কৰে লখিমপুৰ উন্নোয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱাই ।অনুস্থানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে  অসম চৰকাৰৰ মন্ত্ৰী পিজুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা, লখিমপুৰৰ উপাযুক্ত জীৱন বি, লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ফনীধৰ বৰুৱা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সদস্য মানব ডেকা। অনুস্থানত ভাষণ প্ৰসংগত মন্ত্ৰী পিজুষ হাজৰিকাই এই আচঁনিৰ দ্বাৰা জনসাধাৰণ কেনে ধৰনে লাভালাভ হব সেই বিষয়ে আলোকপাত কৰে। তেখেতে লগতে কয় যে বত্তৰ্মান বি জে পি চৰকাৰে কেৱল ৰাইজৰ উন্নয়নৰ কথা প্ৰতিপলে পলে ভাৱে।এই অনুস্থানত স্বয়ম আচঁনিৰ অন্তৰ্গত জিলাখনৰ বহুকেইটা আত্ম সহায়ক গোটক ৫০ হাজাৰকৈ অনুদানৰ চেক বিতৰন কৰে ।

No comments