ষ্টাফ ৰিপ'ৰ্টাৰ,নলবাৰী,১৬ জানুৱাৰীঃ ক্ৰিয়েটিভ ওমেন গ্ৰুপৰ সদস্যাই শুক্ৰবাৰে 'শান্তি নিবাস আশ্ৰম' আৰু 'সাৰথি'ত দিনটো ...
ষ্টাফ ৰিপ'ৰ্টাৰ,নলবাৰী,১৬ জানুৱাৰীঃ ক্ৰিয়েটিভ ওমেন গ্ৰুপৰ সদস্যাই শুক্ৰবাৰে 'শান্তি নিবাস আশ্ৰম' আৰু 'সাৰথি'ত দিনটো সুন্দৰ ভাৱে উদযাপন কৰে । এই গ্ৰুপটোৰ উদ্দেশ্য হ'ল সমাজৰ হৈ য'ত কিঞ্চিৎ কাম কৰা লগতে মহিলা সকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়াৰ । সেয়ে হাতে বনোৱা কিছু খোৱা বস্তু লৈ গৈ তাত উপস্থিত হৈ দিনটো উদযাপন কৰে । সংস্থাটোত প্ৰায় ৮০ গৰাকী মহিলা আছে তাৰে ভিতৰত প্ৰীতি ৰেখা ৰায়বৰুৱা,আগমনি লহকৰ, ৰূপালী শৰ্মা,ববিতা ভাৰ্গব,পূৰবী নায়ক হালৈ,ৰোজী ভট্ট,ৰেখা মহন্ত, জুৰি ডেকা,সুমন তামুলী,প্ৰণামী ব্ৰহ্ম,হিমাশ্ৰী কলিতা, ধৰিত্ৰী বৰ্মন,অনামিকা মেধি, অজন্তা কলিতা,নিজৰা দাস, দিপ্তী হালৈ আদিয়ে অংশ লয়৷
No comments