Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চেঙাৰ ৰৌমাৰী পঞ্চায়তত ভিপিআই দলৰ সভা

  গণবাৰ্তা কেওঁটকুছি, ২১ জানুৱাৰী: চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তত ভিপিআই দলৰ এখন অনুষ্ঠিত হয়। সভাত ৰাজনৈতিক দলটোৰ যুৱ ম...


 গণবাৰ্তা কেওঁটকুছি, ২১ জানুৱাৰী: চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তত ভিপিআই দলৰ এখন অনুষ্ঠিত হয়। সভাত ৰাজনৈতিক দলটোৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক জচিম খানৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কেইবাশ লোকে অংশগ্ৰহণ কৰে। সভাত জচিম খানে কংগ্ৰেছ দলৰ সৃথানীয় বিধায়ক শুকুৰ আলী আহমেদক তীব্ৰ সমালোচনা কৰে। বিগত ২০ বছৰ ধৰি চেঙা বিধানসভা সমষ্টিৰ বিধায়ক হৈ থকা বিধায়ক শুকুৰ আলী আহমেদে সমষ্টিটোৰ জলন্ত সমস্যা সমূহ সমাধান কৰাত চৰমভাৱে ব্যৰ্থ হোৱা বূলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত চেঙা বিধানসভা সমষ্টিৰ পৰা ভিপিআই দলৰ টিকট প্ৰত্যাশী জচিম খানে সমষ্টিটোৰ জনসাধাৰণৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে। সভাখনত কেইবাশ লোকে জচিম খানৰ নেতৃত্বত ভিপিআই দলত যোগদান কৰে। 

No comments