Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰ অংকিতা দাসলৈ "মিছ বৰনগৰ,অসম" খিতাপ

পুলেন্দ্ৰ দাস, বৰপেটা,৩০ জানুৱাৰী: বৰপেটা জিলাৰ সৰভোগত কালি নিশা সম্পন্ন হয় সৌন্দৰ্য প্ৰতিযোগিতা ৷ সৰভোগৰ উত্তৰ গণকগাড়ি কালী মন্দিৰ প্ৰাংগন...


পুলেন্দ্ৰ দাস, বৰপেটা,৩০ জানুৱাৰী: বৰপেটা জিলাৰ সৰভোগত কালি নিশা সম্পন্ন হয় সৌন্দৰ্য প্ৰতিযোগিতা ৷ সৰভোগৰ উত্তৰ গণকগাড়ি কালী মন্দিৰ প্ৰাংগনত কালি নিশা সম্পন্ন হোৱা "বৰনগৰ মাঘী উৎসৱ-২০২১" ৰ লগত সংগতি ৰাখি অনুষ্ঠিত "মিছ বৰনগৰ, অসম" প্ৰতিযোগিতাত বৰপেটা চহৰৰ অংকিতা দাসে লাভ কৰে "মিছ বৰনগৰ, অসম" খিতাপ ৷ এই প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷ বৰপেটা চহৰৰ মেটুৱাকুছি জেইলৰোড নিবাসী হেমেন দাস আৰু খনিকা দাসৰ কন্যা অংকিতা দাসে এপষেক পূৰ্বে "মিছ বৰপেটা"ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ৷


No comments