ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ২৮ জানুৱাৰী: 'কবি আৰু কবিতাৰ গোট'ৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা অসম ভিত্তিত কবিতা প্ৰতিযোগিতাত অসমৰ দ...
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ২৮ জানুৱাৰী: 'কবি আৰু কবিতাৰ গোট'ৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা অসম ভিত্তিত কবিতা প্ৰতিযোগিতাত অসমৰ দহ গৰাকী কবিক 'কাব্য প্ৰেৰণা বঁটা ২০২০' প্ৰদান কৰা হয়। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত নলবাৰীৰ কবি মইনুল হ'ক চৌধুৰীক এই বঁটা প্ৰদান কৰা হয়। নলবাৰী জিলাৰ গুৱাকুছি গাঁঁৱৰ ৰাজ্যিক পুুুুৰস্কাৰপ্ৰাপ্ত শিক্ষক তথা বৰ্তমানৰ শিক্ষা বিষয়া মইনুল হ'ক চৌধুৰীয়ে ইতিমধ্যে সাহিত্য চৰ্চা কৰি জনপ্ৰিয়তা লাভ কৰাৰ লগতে কেবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷
No comments