Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জীৱন জ্যোতি ক্লাৱৰ উদ্যোগত নৈশ কাবাডি প্ৰতিযোগীতা

গণবাৰ্তা: সাংস্কৃতিক অনুষ্ঠানেৰে জীৱন জ্যোতি ক্লাৱৰ উদ্যোগত বুধবাৰে ৰাতি ৮ বজাৰ পৰা হোজাই জিলাৰ নীলবাগানৰ মোবাৰক বস্তিত নাইট কাবাডি খেল প্ৰত...


গণবাৰ্তা: সাংস্কৃতিক অনুষ্ঠানেৰে জীৱন জ্যোতি ক্লাৱৰ উদ্যোগত বুধবাৰে ৰাতি ৮ বজাৰ পৰা হোজাই জিলাৰ নীলবাগানৰ মোবাৰক বস্তিত নাইট কাবাডি খেল প্ৰতিযোগীতা অনুষ্ঠিত হয় ৷ কাবাডি খেল প্ৰতিযোগিতা বুধবাৰৰ পৰা আৰম্ভ হয়। খেল আৰম্ভণিৰ পূৰ্বে আমন্ত্ৰীত শিল্পী গোষ্টীৰ দ্বাৰা অসমৰ জাতীয় উৎসৱ বিহু নৃত্যৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই কাবাডি খেলখনত উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে হোজাইৰ সমাজ কৰ্মী তথা ব্যৱসায়ী আনোৱাৰ হুছেইন, ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদিকা দিলোৱাৰা বেগম চৌধূৰী , নীলবাগানৰ টিপ্পু ওৱাৰিছ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সমিতিৰ সভাপতি কফিল উদ্দিন বৰভুঞা , নীলবাগান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুবক্কৰ চিদ্দিক, শিক্ষক আবু বক্কৰ ছিদ্দিক, শিক্ষক ৰায়হান আহমেদ চৌধূৰী, নীলবাগানক বাহাৰ উদ্দিন, ডবকাৰ আহমেদ হুছেইনসহ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছিল ৷

No comments