Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰী জিলাৰ সাপটগ্ৰাম অঞ্চলৰ যুব ব্যৱসায়ীক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ

ইদ্ৰিছ আলী আহমেদ, সাপটগ্ৰামঃ ধুবুৰী জিলাৰ সাপটগ্ৰাম অঞ্চলৰ যুব ব্যৱসায়ী এগৰাকীক দুবৃত্তই ডিঙি কাটি হত্যা কৰাক লৈ অঞ্চলটোত চাঞ্চল্য সষ্টি ক...


ইদ্ৰিছ আলী আহমেদ, সাপটগ্ৰামঃ ধুবুৰী জিলাৰ সাপটগ্ৰাম অঞ্চলৰ যুব ব্যৱসায়ী এগৰাকীক দুবৃত্তই ডিঙি কাটি হত্যা কৰাক লৈ অঞ্চলটোত চাঞ্চল্য সষ্টি কৰিছে৷ জানিব পৰা মতে  অনূপম দে নামৰ যুৱ ব্যৱসায়ী গৰাকী সোমবাৰে সন্ধিয়া ৬ঃ৩০ মান বজাত ফকিৰা গ্ৰামৰ পৰা নিজৰ ঘৰলৈ উভটি অহাৰ সময়ত চেচাপানী অঞ্চলত ডিঙি কাটি হত্যাৰ কৰে দুৰ্বৃত্তই। আজি  অনুপম দেৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত  সাপটগ্ৰাম চহৰত  ১২ ঘণ্টা বন্ধ আহ্বান জনাই স্থানীয় ৰাইজ আৰু দল সংগঠনে৷ লগতে অনুপম দেৰ পৰিয়ালক এককালীন ২০ লাখ টকা সাহয্য দাবী কৰে স্থানীয় দল-সংগঠেন  । ফলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ  পৰা পৰিলক্ষিত হয় সমগ্ৰ সাপটগ্ৰাম অঞ্চলটোত। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে  বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অতিশ্ৰীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত নকৰিলে পৰিস্থিতি উত্তপ্ত হোৱাৰ হুংকাৰ দিয়ে দল-সংগঠেন৷

No comments