গণ বাৰ্তা,সোণতলী,৯ডিচেম্বৰ: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত কালি দিবা নৈশ প্ৰাইজমানী বেডমিন্টন খেল শুভ উদ্বোধন কৰা হ...
গণ বাৰ্তা,সোণতলী,৯ডিচেম্বৰ: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত কালি দিবা নৈশ প্ৰাইজমানী বেডমিন্টন খেল শুভ উদ্বোধন কৰা হয় ।ছমৰীয়াপাম ৰয়েলচ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনিদিনীয়া দিবা-নৈশ বেডমিন্টন খেলৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি স্বাহিন স্বাহ আলম,আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমান,গোষ্ট বিহাৰী হাইস্কুলৰ সহ শিক্ষক মহৰ আলীৰ বিশিষ্ট ব্যক্তি তথা অঞ্চলৰ ক্ৰীড়া প্ৰেমীক ৰাইজ উপস্থিত থাকে। নিশা ৯ বজাত উদ্বোধনীৰ প্ৰথম খন খেল এছ আই ফেন ক্লাৱ আৰু মাহতলী ভাই ভাই গ্ৰুপৰ মাজত অনুষ্ঠিত হয়।
No comments