ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ জানুৱাৰী: যোৰহাটৰ চিনামৰাৰ ঈদগাহলৈ যোৱা পথটো চতুৰ্থ বিত্তীয় আয়োগৰ ২০১৯-২০ বৰ্ষৰ অধীনত মুঠ ৪.৮৬,০০০ টকা" ব্য...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ জানুৱাৰী: যোৰহাটৰ চিনামৰাৰ ঈদগাহলৈ যোৱা পথটো চতুৰ্থ বিত্তীয় আয়োগৰ ২০১৯-২০ বৰ্ষৰ অধীনত মুঠ ৪.৮৬,০০০ টকা" ব্যয়সাপেক্ষ পকীকৰণৰ বাবে যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি আধাৰশীলা স্থাপন কৰে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী , জিলা পৰিষদৰ সদস্য ৰঞ্জন শইকীয়া ,চিনামৰা গাঁও পঞ্চায়তৰ সভাপতি দীপক বৰাকে প্ৰমুখ্যেকৰি কেইবাজানো বিশিষ্ট লোক ।
No comments