Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জুৰীয়াত দিবা - নৈশ ভলীবল প্ৰতিযোগীতাত তেজপুৰ ৰেঙনী দল চূড়ান্ত বিজয়ী

  গণবাৰ্তা, চিলঙণী ,১ জানুৱাৰী:  নৱবৰ্ষৰ প্ৰাকক্ষণত নগাঁও জিলাৰ জুৰীয়াৰ শিঙ্গাৰীত যোৱা নিশা  ভলীবল প্রতিযোগীতাৰ চূড়ান্ত খেল অনুষ্ঠিত কৰা...


 গণবাৰ্তা, চিলঙণী ,১ জানুৱাৰী: নৱবৰ্ষৰ প্ৰাকক্ষণত নগাঁও জিলাৰ জুৰীয়াৰ শিঙ্গাৰীত যোৱা নিশা  ভলীবল প্রতিযোগীতাৰ চূড়ান্ত খেল অনুষ্ঠিত কৰা হয় ! স্থানীয় ৰামানুজন একাডেমীৰ সৌজন্যত আৰু নগাঁও জিলা  সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ উদ্যোগত অনুষ্ঠিত হোৱা ভলীবল প্রতিযোগীতাত ১২টা  দলে অংশ গ্ৰহণ কৰে ! শিঙ্গাৰী বজাৰ আঞ্চলিক খেলপথাৰত কৄত্ৰিম নৈশ আলোকত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনৰ চূড়ান্ত খেলত তীব্ৰ প্রতিদণ্ডিতাৰে তেজপুৰ ৰেঙণি ক্লাৱে জুৰীয়া মহাবিদ্যালয়ক হৰুৱাই চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ! সমাজকৰ্মী আসাদ আলী মড়লৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ  ডঃ হাসমত আলীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিজয়ী আৰু বিজিত দলক নগদ ধন আৰু ট্ৰফী সমুহ প্ৰদান কৰে !  প্রতিযোগীতাৰ জাংছাৰ ব্ৰহ্মক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা প্ৰদান কৰাৰ লগতে প্ৰতিযোগীতাৰ খেল সমুহ পৰিচালনা কৰে দ্বীপেন গগৈ আৰু আবুল ফজলে !

No comments