Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভোগালী উৎসৱ উদযাপন

  গণবাৰ্তা বিশেষ,ডিফু, ১৭ জানুৱাৰী:-বকলীয়াঘাটত ভোগালীৰ পাৰভঙা উচাহ ৷ দেওবাৰে AJYCPৰ  কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বৰ্ণাঢ কাৰ্যসূচীৰে বকলী...


 গণবাৰ্তা বিশেষ,ডিফু, ১৭ জানুৱাৰী:-বকলীয়াঘাটত ভোগালীৰ পাৰভঙা উচাহ ৷ দেওবাৰে AJYCPৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বৰ্ণাঢ কাৰ্যসূচীৰে বকলীয়াঘাটত ভোগালী বিহু উদযাপন কৰা হয় ৷ দেওবাৰে পুৱাৰে পৰা পৰম্পৰাগত বিভিন্ন খেল ধেমালি,  জেষ্ঠ সকলক সম্বৰ্ধনা আৰু প্ৰীতি ভোজৰ আয়োজন কৰা হয় ৷ বৃহত্তৰ বকলীয়াঘাটৰ জাতি বৰ্ণ নিৰ্বিশেষে ভোগালীৰ আনন্দ উচাহত মতলীয়া হৈ অনৈক্যৰ মাজত ঐক্য প্ৰতিস্থাৰ বাট মুকলি কৰে ভোগালী বিহুস্থলীত ৷

No comments