Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিচুকীয়াত পৰিবেশ সুৰক্ষা সমিতিৰ উদ্যোগত গছপুলি ৰোপণ আৰু সৰংক্ষণ কায্যসূচী

সন্তোষ ফুকন, তিনিচুকীয়া,১ জানুৱাৰী: প্ৰতিবছৰৰ দৰে এই বছৰো ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে  পৰিবেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰ...


সন্তোষ ফুকন, তিনিচুকীয়া,১ জানুৱাৰী: প্ৰতিবছৰৰ দৰে এই বছৰো ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে  পৰিবেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত আৰু বিশিষ্ট উদ্যোগী, সাহিত্যিক জি ,এল আগৰৱালাৰ স্মৃতিত ৰক্ষার্থে  বৰ্ষজোৰা কাৰ্যসূচীৰে   গছপুলি ৰোপণ, সৰংক্ষণ আৰু বিতৰণৰ  এক কাৰ্যসূচী হাতত লয়। তিনিচুকীয়াৰ দেৱী পুখুৰী প্ৰাংগণত অনুষ্ঠিত হোৱা এই গছপুলি ৰোপণ, সৰংক্ষণ আৰু বিতৰণৰ  এই কাৰ্যসূচীত অসম হাইড্ৰ কাৰ্বন আৰু এনাৰ্জি লিমিটেডৰ  উপ সভাপতি শিৱজী ডুৱে ,পৰিবেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলাৰ উপদেষ্টা পৱন বৰুৱা,পৰিবেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱা , অধিবক্তা ভবেন শৰ্মা, আমাৰ অসম কাকতৰ ষ্টাফ ৰিপৰ্টৰ চিন্ময় শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


No comments