নেকিব আহমেদ, যোৰহাট ঃ যোৱা ৭ জানুৱাৰীৰ নিশা যোৰহাট মিছন হস্পিতালত মৃত্যু হোৱা যোৰহাট বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ভদন্ত বিমলাংকুৰ তথা ধৰ্মীয় গ...
নেকিব আহমেদ, যোৰহাট ঃ যোৱা ৭ জানুৱাৰীৰ নিশা যোৰহাট মিছন হস্পিতালত মৃত্যু হোৱা যোৰহাট বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ভদন্ত বিমলাংকুৰ তথা ধৰ্মীয় গুৰুজনাৰ নশ্বৰ দেহ । অহা ১৪ জানুৱাৰীত যোৰহাটত বৌদ্ধ ৰীতি নীতিৰে শেষকৃত সম্পন্ন কৰা হব । কিন্তু ১৪ জানুৱাৰীৰলৈকে ধৰ্মীয় গুৰুজনাৰ নশ্বৰ দেহ কোনো ফ্ৰীজত বা আন কোনো অত্যাধুনিক পদ্ধতিৰে ৰখা নাই । এক পৌৰানিক প্ৰথা মামী পদ্ধতিৰে সংৰক্ষণ কৰি ৰখা হৈছে ধৰ্মীয় গুৰু জনাৰ নশ্বৰ দেহ । উল্লেখ্য যে কাপোৰত ম'ম গলাই লগত কিছু বৌনষধ মিশ্ৰণ কৰি মৃতদেহটোত কেইবা তৰপেৰে মেৰিয়াই এটা বাকচত সংৰক্ষণ কৰি থোৱা হৈছে । বৌদ্ধ বিহাৰৰ যোৰহাটৰ এজন বিষয়াই জানিবলৈ দিয়া মতে অৰুণাচলৰ পৰা কেইবাজনো বৌদ্ধ ধৰ্মগুৰু আহি দিহা পৰামৰ্শ দি এইদৰে ধৰ্মীয়গুৰু জনাৰ নশ্বৰ দেহ
No comments