Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোৰ সোণতলীত ১০ কাৰ্টন নিষিদ্ধ কফ চিৰাপসহ আটক ১

  গণ বাৰ্তা,সোণতলী, ২১ জানুৱাৰীঃকামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি নিষিদ্ধ কফ চিৰাফৰ সৈতে ব্যৱসায়ী এজনক ৰাইজে আটক কৰে৷ ...


 গণ বাৰ্তা,সোণতলী, ২১ জানুৱাৰীঃকামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি নিষিদ্ধ কফ চিৰাফৰ সৈতে ব্যৱসায়ী এজনক ৰাইজে আটক কৰে৷ জানিব পৰামতে স্থানীয় ৰাইজে আজি দুপৰীয়া সোণতলীৰ পৰা বহৰিলৈ যোৱা পাৰঘাটৰ পৰা খেদি খেদি এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে ১০ কাৰ্টন নিষিদ্ধ কফ চিৰাপ জব্দ কৰে৷ ধৃত নিষিদ্ধ কফ চিৰাফ ব্যৱসায়ীজন বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তৰ ম'হচৰা গাঁৱৰ  আমিনুল আলম বুলি চিনাক্ত কৰা হৈছে৷ ইপিনে নিষিদ্ধ কফ চিৰাপৰ সৈতে ধৃত আমিনুল আলমক স্থানীয় ৰাইজে সোণতলী আৰক্ষীৰ ওচৰত চমজাই দিয়ে৷

No comments