Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় সহকাৰী অধ্যাপক আকতাৰ হুছেইনক নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা

কফিল বৰভুঞা,হোজাই ২৫ জানুৱাৰী:  হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিত আজি বিৰ ৰাঘৱ...


কফিল বৰভুঞা,হোজাই ২৫ জানুৱাৰী: হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিত আজি বিৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় সহকাৰী অধ্যাপক তথা নীলবাগান মডেল উ: মা: বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা চিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডক্তৰেল ফেল' আকতাৰ হুছেইনক আজি ফুলাম গামোচা, জাপি আদিৰে বিপুলভাবে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তণ ছাত্ৰ তথা ডুমডুমাস্থিত BRM GOVT. MODEL COLLEGE ৰ সহকাৰী অধ্যাপক গৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে কয়- আজিৰ যুগত শিক্ষা অবিহনে কোনো জাতিয়ে বিশ্ব জগতত নিজৰ স্বকীয় পৰিচয় ধাঙি ধৰিব ৱোৱাৰে বুলি মন্তব্য কৰি শিক্ষাৰ্থী সকলক - সময়ৰ সৎ ব্যৱহাৰ, আচৰণৰ প্ৰতি লক্ষ্য ৰখা, নিজৰ পিতৃ- মাতৃৰ লগতে শিক্ষাগুৰুক সন্মান কৰা, সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ সৎ ব্যৱহাৰ, সমাজক উপযুক্ত শিক্ষাৰে  শিক্ষিত কৰাৰ লগতে দেশ সেৱাৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিয়ে দায়িত্ব সহকাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷সভাত বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাই নিজৰ প্ৰাক্তন ছাত্ৰ গৰাকীক সম্বৰ্ধনা জনাই আবেগিক হৈ বৰ্তমান অধ্যয়ণৰত শিক্ষাৰ্থীসকল প্ৰাক্তন সফল ছাত্ৰ-ছাত্ৰীসকলক আদৰ্শ হিচাপে লৈ আগবাঢ়িব যাবলৈ আহ্বান জনায় ৷ এই সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে স্থানীয় সাংবাদিক কফিল উদ্দিন বৰভুঞা উপস্থিত থাকে ৷

No comments