গণ বাৰ্তা লামডিং ২৪ জানুৱাৰী: হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনদস্যুক আটক কৰিবলৈ সক্ষম হয় বন বিভাগে ৷লামডিং সংৰক্ষিত বনাঞ্চ...
গণ বাৰ্তা লামডিং ২৪ জানুৱাৰী: হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনদস্যুক আটক কৰিবলৈ সক্ষম হয় বন বিভাগে ৷লামডিং সংৰক্ষিত বনাঞ্চলৰ বাচবাড়ি অঞ্চলৰ পৰা ব্যক্তি গৰাকীক আটক কৰে লামডিং বন বিভাগে, বহু দিনৰে পৰা লামডিং সংৰক্ষিত বনাঞ্চলত একাংশই বন মফিয়া বন ধংসযজ্ঞ চলাই আহিছিল ৷লামডিং আঞ্চলিক বন বিষয়া মন্টু কুমাৰ বৰা আৰু বন পালক দিলীপ বৰা নেতৃত্বত বন বিভাগৰ এটা সজাতি দল লামডিং গভীৰ বনাঞ্চলত তহল দাৰি কৰা সময়ত কঠফলা মেচিন শব্দ শুনা পাই কাঠ ফলা মেচিন সহ হাতে লতে আটক কৰে বন দস্যু জনক। আটক কৰা ব্যক্তিগৰাকী লঙ্কা নখুঁতি অঞ্চলৰ তহৰ আলি ।বৰ্তমান আটক কৰা ব্যক্তি জনক নগাওঁ জেল লৈ প্ৰৰণ কৰে।
No comments