Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ লখিমী নগৰত ৫ খন গ্ৰন্থ উন্মোচন

 ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,৩ জানুৱাৰী: যোৰহাট লখিমী নগৰৰ নিবাসী,দম্পতী বীৰেন কুমাৰ ভৰালী,পূৰ্ণিমা ভৰালীয়ে লেখা ৫ খন গ্ৰন্থ লখিমী নগৰ নামঘৰ প্ৰাঙ...


 ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,৩ জানুৱাৰী: যোৰহাট লখিমী নগৰৰ নিবাসী,দম্পতী বীৰেন কুমাৰ ভৰালী,পূৰ্ণিমা ভৰালীয়ে লেখা ৫ খন গ্ৰন্থ লখিমী নগৰ নামঘৰ প্ৰাঙ্গণত ড৹ পৰাণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উন্মোচন কৰা হয়।অসীম কুমাৰ বৰাই আঁত ধৰা সভাত পূৰ্ণিমা ভৰালীৰ শিশু উপযোগী নীতি-শিক্ষামূলক কাহিনী "জলদেৱতা" হেমচন্দ্ৰ শইকীয়াই,কবিতা পুথি "বান্ধৈ" অমিতাভ বৰদলৈয়, "কাব্যকুঞ্জু" শান্তনু তামুলীয়ে,বীৰেন কুমাৰ ভৰালীৰ কবিতা পুথি "লেছেৰি",ড৹ মাণিক শইকীয়াই,উপন্যাস "অভিলাসী গগনাম্বু" পুণ্য দেৱীয়ে উন্মোচন কৰি ভাষণ আগবঢ়ায়।বীৰেন কুমাৰ ভৰালী,পূৰ্ণিমা ভৰালীয়ে গ্ৰন্থ লেখাৰ আঁৰৰ কাহিনী ব্যক্ত কৰে।প্ৰিয়া,কঁহুৱা ৰাগিনীয়ে নৃত্য পৰিবেশন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

No comments