Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিৱসাগৰ ই - মিডিয়াৰ প্ৰথম বাৰ্ষিক প্ৰীতি সন্মিলন

  গণ বাৰ্তা শিৱসাগৰ,৭ জানুৱাৰী :  গীত-নৃত্য, কবিতাৰে মুখৰ হ'ল শিৱসাগৰৰ মেটেকাঘাট,  গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী হৈ ২৪ ঘণ্টা সংবাদসেৱাৰ স'...

 


গণ বাৰ্তা শিৱসাগৰ,৭ জানুৱাৰী :  গীত-নৃত্য, কবিতাৰে মুখৰ হ'ল শিৱসাগৰৰ মেটেকাঘাট, গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী হৈ ২৪ ঘণ্টা সংবাদসেৱাৰ স'তে জড়িত সাংবাদিকৰ গীত-নৃত্য, কবিতা-সংলাপেৰে মুখৰ হ'ল দিখৌৰ পাৰ। ব্যস্তময় জীৱনৰ পৰা আঁতৰি বুধবাৰে দিখৌৰ মেটেকাঘাটত অনুষ্ঠিত এক প্ৰীতি সন্মিলনত জীৱনৰ সৌন্দৰ্য উপভোগ কৰিলে শিৱসাগৰৰ এইসকল ই-মেডিয়াৰ সাংবাদিকে। কোনোবাই যদি গীত জুৰিলে, কাৰোবাৰ নৃত্যৰ ছন্দত মুখৰিত হৈ উঠিল দিখৌৰ ঘাট। আকৌ কোনোবাই কবিতা পাঠেৰে বাংময় কৰি তুলিলে নৈপৰীয়া আবেলিটো।


No comments