Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দলৰ সভাপতি নিৰ্বাচিত অখিল গগৈঃ কাৰাগাৰৰ পৰাই ৰাইজৰ দলক নেতৃত্ব দিব অখিল গগৈয়ে

তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ৯ জানুৱাৰীঃ ৰাইজৰ দলৰ সভাপতি নিৰ্বাচিত অখিল গগৈ। মৰাণৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনত অখিল গগৈক দায়িত্ব দিলে দলটোৱে। সৰ...


তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ৯ জানুৱাৰীঃ ৰাইজৰ দলৰ সভাপতি নিৰ্বাচিত অখিল গগৈ। মৰাণৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনত অখিল গগৈক দায়িত্ব দিলে দলটোৱে। সৰ্বসন্মতিক্ৰমে অখিল গগৈক নেতা নিৰ্বাচন। কাৰাগাৰৰ পৰাই ৰাইজৰ দলক নেতৃত্ব দিব অখিল গগৈয়ে। ৰাইজৰ দলৰ মুখ্য উপদেষ্টাৰ দায়িত্ব ড০ হীৰেণ গোহাঁইক। উপদেষ্টা হিচাপে দায়িত্ব ল’লে উদায়দিত্য ভৰালী, ড০ সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত, ড০ ঘনশ্যাম নাথ, হাফিজ বচিৰ চৌধুৰীয়ে। কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, কবিন্দ্ৰ চেতিয়া ফুকন, জিতুল ডেকা। উপ-সভাপতি সুমিত্রা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাছেল হুছেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডাঃ হাৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, হৰেশ্বৰ বৰ্মন, ফণী টায়েঙ(পূৰ্বৰ বিধায়ক), অনিল বড়ো, ভবেন বৰুৱা (পূৰ্বৰ বিধায়ক, চাবুৱা), টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা, পুলিন ভট্টাচাৰ্য। সাধাৰণ সম্পাদক হিচাপে মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ চাহজাহান, ৰুবুল দাস, গিৰি শংকৰ গোস্বামী, অংকুৰ শইকীয়া, আলোক নাথ, লোহিত গগৈ, দিৱস ফুকন, জাহিৰুদ্দিন লস্কৰ( বৰাক)। সম্পাদক হিচাপে দীপাংকৰ কলিতা, জেৰিফা ৱাহিদ, প্ৰবীণ দাস, দীপক তাঁতী, ভবেন সন্দিকৈ, দধিচাৰ ফাংচু (আমৰি কাৰ্বি ছাত্ৰ সন্থা), ৰত্নেশ্বৰ দেউৰী(তিৱা ছাত্ৰ সন্থাৰ পৰা), নবদীপ বৰা, সম্বিত শৰ্মা, ধ্ৰুৱজ্যোতি ফুকন, অনুপ জ্যোতি শইকীয়া, অনুপম বৰুৱা( LDP), কৃষ্ণা শৰ্মা, দিগন্ত চাংমাই, আজমল হুছেইন, আশ্ৰাফুল ইছলাম, আব্দুল ৱাহব (বৰাক), দিলোৱাৰা চৌধুৰী। সহকাৰী সম্পাদক হিচাপে আনিচুৰ ৰহমান, ৰুবুল বুঢ়াগোহাঁই, পদ্মকান্ত দাস, জয়ন্ত কুমাৰ দাস, চাহজাহান আলী, দাদুল আলী, প্ৰদীপ বৰুৱা, চিফুজ্বল বসুমতাৰী, যুগল জ্যোতি গগৈ, চেৰাম হৰজিত সিং (কাছাৰ), দিলীপ কুমাৰ শৰ্মা,আৰিফ মজুমদাৰ। সাংগঠিনক সম্পাদক হিচাপে হেমন্ত সূত, মনিৰুজ জামান, ৰবি শইকীয়া চুতীয়া,পার্থ সাৰথি শইকীয়া, চিত্ৰ গগৈ, আমজাদ আলী সিকদাৰ, হীৰেন ফুকন, চক্ৰধৰ ডেকা, ৰঞ্জিত দত্ত, মমি চৌধুৰী, ললিত চেতিয়া, এম এ হাজৰিকা। মুখপাত্ৰ হিচাপে জ্ঞানশ্ৰী বৰা। বিত্ত সমিতিৰ সভাপতি হিচাপে ড০ ঘনশ্যাম নাথ। তথ্য আৰু প্ৰচাৰ সম্পাদক হিচাপে দেবাংগ সৌৰভ গগৈ, মোজামিল হক। কাৰ্য্যলয় সম্পাদক হিচাপে চিন্ময় বৰা। কাৰ্যনিৰ্বাহক হিচাপে প্ৰভাত বৈষ্ণৱ (প্ৰতি খন জিলাৰ পৰা এজনকৈ থাকিব)।

No comments