Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰূপহীহাটত কংগ্ৰেছৰ বিধায়কসহ সমৰ্থকৰ চাইকেল ৰেলীৰে প্ৰতিবাদ

  গণবাৰ্তা বিশেষ, ৰূপহীহাট,  ২২ জানুৱাৰিঃ বিজেপি চৰকাৰে গ্ৰহণ কৰা  তিনিখন কৃষি আইন আৰু আকাশলঙ্গী হোৱা বিভিন্ন সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দ...


 গণবাৰ্তা বিশেষ, ৰূপহীহাট,  ২২ জানুৱাৰিঃ বিজেপি চৰকাৰে গ্ৰহণ কৰা  তিনিখন কৃষি আইন আৰু আকাশলঙ্গী হোৱা বিভিন্ন সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি ৰূপহীহাটতো এক প্ৰতিবাদী ৰেলী উলিয়াই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে । স্থানীয় বিধায়ক নুৰুল হুদাৰ নেতৃত্বত কৃষি আইন তিনিখন বাতিল কৰা, পেট্ৰোল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাসত ব্যৰ্থ চৰকাৰক ক্ষুৰধাৰ সমালোচনাৰে কংগ্ৰেছৰ বিশাল বাইকেল ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ হায়, হায়, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,কৃষি আইন বাতিল কৰক, পেট্ৰোল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি প্ৰতিবাদী শ্লগান দি বাটপথ উত্তাল কৰি তোলে । 

No comments