Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধূপগুৰিত এআইইউডিএফ দলৰ সম্বৰ্ধনা আৰু সমষ্টিৰ যুৱ মৰ্চাৰ কমিটি গঠন

  গণবাৰ্তা, বটদ্ৰৱা,১৭ জানুৱাৰী:  সমাগত বিধানসভা নিৰ্বাচন সকলো দলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ ।এআইইউডিএফ দলেও নিজৰ ভেটি আৰু অধিক শক্তিশালী কৰা...

 


গণবাৰ্তা, বটদ্ৰৱা,১৭ জানুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন সকলো দলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ ।এআইইউডিএফ দলেও নিজৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধূপগুৰি স্থিত এআইইউএফৰ কাৰ্য্যালয়ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়।উক্ত সভাতেই বটদ্ৰৱা সমষ্টিৰ যুৱ মৰ্চাৰ ৩১জনীয়া কমিটিখন গঠন কৰে।উক্ত সভাত উপস্থিত থাকে ধি সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, এআইইউডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক মতিউৰ ৰহমান,জিলা সভাপতি বদৰুজ্জুহা চৌধুৰী,বিশিষ্ট সমাজ সেৱক ওৱাইজুল হক চৌধুৰী, ৰুহুল আমিন খন্দকাৰকে আদি কৰি শতাধিক নেতা-কৰ্মী উপস্থিত আছিল।

No comments