Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুকালমুৱাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আব্দুল ৰছিদৰ মৃত্যুত শোক

গণবাৰ্তা বিশেষ,মুকালমুৱা,৩১জানুৱাৰী:  নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আলহাজ আব্দুল ৰছিদৰ আজি মৃত...


গণবাৰ্তা বিশেষ,মুকালমুৱা,৩১জানুৱাৰী: নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আলহাজ আব্দুল ৰছিদৰ আজি মৃত্যু ঘটে।মুকালমুৱাস্থিত Abdul Rahman& Sons Oil Dealer ৰ স্বত্বাধিকাৰী বিশিষ্ট ব্যবসায়ী জনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত।উল্লেখ্য যে- আজি ৰাতিপুৱা হঠাৎ‌ অসুস্থ হৈছিল ব্যৱসায়ীজন।পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱা গ্ৰামীণ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।৫২ বছৰ বয়সত আকস্মিক মৃত্যূক আকোৱালি লোৱা আব্দুল‌ ৰছিদ চৌধুৰীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগেই গুণমুগ্ধসকলে বাসগৃত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমাবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে।এফালে মুকালমুৱা ব্যৱসায়িক সন্থাই দুঘন্টাধৰি সকলো ব্যৱসিক প্ৰতিষ্ঠান বন্ধ ৰাখে।মুকালমুৱাৰ সাপকাটা নিবাসী  অমায়িক স্বভাৱৰ ব্যৱসায়ী গৰাকী ভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত আছিল।

No comments