Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সন্মুখত নিৰ্বাচন : ৩১ জানুৱাৰীৰ পূৰ্বে অনুজ্ঞাপত্ৰ থকা বন্দুক জমা দিয়াৰ আদেশ,হোজাই দণ্ডাধীশৰ

  কফিল,হোজাই ২২ জানুৱাৰী:  আগন্তক ২০২১ ৰ বিধানসভা নিৰ্বাচন ২০২১ ৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা দণ্ডাধীশে এক আদেশযোগে তৎকালে বলবৎ হোৱাকৈ জিলা...

 


কফিল,হোজাই ২২ জানুৱাৰী: আগন্তক ২০২১ ৰ বিধানসভা নিৰ্বাচন ২০২১ ৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা দণ্ডাধীশে এক আদেশযোগে তৎকালে বলবৎ হোৱাকৈ জিলাখনত থকা মৰানস্ত্ৰ (বন্দুক) সমূহ বন্দুকৰ অনুজ্ঞাপত্ৰধাৰী ব্যক্তিসকলে জমা দিবলৈ আদিশ দিছে ৷ হোজাইৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়াই আজি এক প্ৰেছ বাৰ্তা যোগে সদৰি কৰামতে, অনুজ্ঞাপত্ৰ থকা মৰানস্ত্ৰ আৰু বন্দুক সমূহ নিজৰ নিজৰ এলেকাৰভুক্ত ওচৰৰ আৰক্ষী থানাত অহা ৩১ জানুৱাৰীৰ তাৰিখৰ ভিতৰত জমা দিবলৈ এক আদেশ জাৰি কৰিছে ৷

No comments