Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ মুখপত্ৰ 'মহাবাহু' ভোগালীৰ সংখ্যা প্ৰকাশ

  গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ১৭  জানুৱাৰী :  অসমীয়া ভাষা আৰু সাহিত্যৰ চৰ্চা লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ত্ৰি মাসিক ই  - আলোচনী  ' ...


 গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ১৭ জানুৱাৰী : অসমীয়া ভাষা আৰু সাহিত্যৰ চৰ্চা লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ত্ৰি মাসিক ই  - আলোচনী  ' মহাবাহু ' প্ৰথম বছৰৰ তৃতীয় সংখ্যা প্ৰকাশ পায়  ১৪  জানুৱাৰী তাৰিখে । ই - আলোচনী খনত অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাহিত্য প্ৰেমিয়ে লেখা দি সমৃদ্ধ কৰিছে। প্ৰৱন্ধ, গল্প, অনুগল্প, কবিতা,  শিশু সাহিত্য, অনুবাদ সাহিত্যই স্থান পাইছে। বিশেষকৈ ছাত্ৰ- ছাত্ৰীৰ সহযোগে এক সাকাৰাত্মক চিন্তা সুচনা কৰিছে। আলোচনী খন সম্পাদনা কৰিছে হিৰণ ভূঞাই আৰু  পচ্ছদ সহ ব্যৱস্থাপনা, অংগ সজ্জা কৰিছে সভাৰ সাধাৰণ সম্পাদক দীপাংকৰ বৰগোহাঁইয়ে।

No comments