Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অহা ৬ আৰু ৭ ফেব্ৰুৱাৰীত আমছুৰ হোজাই জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশণ অনুষ্ঠিত হ'ব নীলবাগান

  গণ বাৰ্তা,হোজাই ১০ জানুৱাৰী: আজি নীলবাগানস্থিত মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত আমছু হোজাই জিলা সমিতিৰ এখন বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠ...

 


গণ বাৰ্তা,হোজাই ১০ জানুৱাৰী: আজি নীলবাগানস্থিত মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত আমছু হোজাই জিলা সমিতিৰ এখন বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ সভাত হোজাই জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।সভাত জিলা সভাপতি ফাহিম ইকবাল মজুমদাৰক সভাপতি হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয়।সভাৰ প্ৰস্তাৱ মতে, অহা ৬ আৰু ৭ ফেব্ৰুৱাৰী  তাৰিখে নীলবাগানত আমছু হোজাই জিলা সমিতিৰ অধিবেশন অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কথা এক প্ৰেছ বিবৃতিযোগে আমছুৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰে জনায় ৷


No comments