Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত গ্ৰন্থ মেলা আৰু বাণিজ্য মেলা আৰম্ভ

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২৪ জানুৱাৰী: কভিডৰ কলীয়া ডাৱৰ আঁতৰ হোৱাৰ পাছত প্ৰায় দুই বছৰৰ মানৰ পাছত যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত আজিৰে পৰা ...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২৪ জানুৱাৰী: কভিডৰ কলীয়া ডাৱৰ আঁতৰ হোৱাৰ পাছত প্ৰায় দুই বছৰৰ মানৰ পাছত যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত আজিৰে পৰা আৰম্ভ হয় , গ্ৰন্থ মেলা আৰু বাণিজ্য মেলা । ক্ৰাফ্ট কাউন্সিল অফ নৰ্থ ইষ্ট যোৰহাটৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত মেলা খন আজি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰি শুভ উদ্ধোধন কৰে । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী , বিশিষ্ট অধ্যাপিকা ড0 জ্যোতিৰেখা হাজৰিকা ,সাংবাদিক উৎপল দত্ত আৰু সংগীত শিল্পী প্ৰিয়ংকা ভৰালীয়ে বন্তি প্ৰজ্বলন কৰি মেলা খন শুভ উদ্ধোন কৰে । লগতে বিশিষ্ট অতিথিকেইজনে বক্তব্য প্ৰদান কৰে । ৮ ফেব্ৰুৱাৰীলৈকে চলিব লগীয়া গ্ৰন্থ আৰু বাণিজ্য মেলাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিপনিসমূহ আহিছে ।

No comments