Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিচাংপাৰ পঞ্চায়তত আখৈফুঁটীয়া ৰংগ মঞ্চ উন্নয়ণৰ আধাৰশিলা স্থাপন

  গণ বাৰ্তা, বেতবাৰী ১৮ জানুৱাৰীঃ শিৱসাগৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত দিচাং পাৰ গাওঁ পঞ্চায়তত আখৈফুটীয়া গাওঁৰ ছয় নং ৱাৰ্ডত আজি চতুৰ্দশ বিত্তীয় আয়ো...

 


গণ বাৰ্তা, বেতবাৰী ১৮ জানুৱাৰীঃ শিৱসাগৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত দিচাং পাৰ গাওঁ পঞ্চায়তত আখৈফুটীয়া গাওঁৰ ছয় নং ৱাৰ্ডত আজি চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৯-২০২০ বৰ্ষৰ বিত্তীয় পুজিৰে আখৈফুটীয়া ৰংগ মঞ্চত ৩,০০০০০ লাখ টকাৰ অনুদানেৰে বাৰাণ্ডা কামৰ আধাশিলাৰ স্থাপন কৰা হয়  । আধাশিলা স্থাপন কৰে দিচাং পাৰ গাওঁ পঞ্চায়তৰ সভাপতি বিনোদ দাসে ৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত খেলুৱা মণ্ডল সভাপতি ৰুবুল বড়া, সম্পাদক বিষ্ণু বড়া, ৱাৰ্ড সদস্যা বিনা বড়া, বিদ্যাধৰ শইকিয়া ,বুথ সভাপতি ৰাজীৱ বড়া আৰু ৰংগ মঞ্চৰ সভাপতি-সম্পাদক, দিচাং পৰীয়া আৰু আখৈফুটীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ১১৭ নং বুৰ্থৰ বিষয়-ববিয়া উপস্থিত থাকে ।

No comments