ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৯ জানুৱাৰী: যোৰহাট নগৰৰ ১ নং ৱাৰ্ডৰ ৰজামৈদাম অঞ্চলত অনুষ্ঠিত হয় বিজেপিৰ সভা । বিজেপি নগৰ মণ্ডলৰ সদস্যৰ উপস্থিতি...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৯ জানুৱাৰী: যোৰহাট নগৰৰ ১ নং ৱাৰ্ডৰ ৰজামৈদাম অঞ্চলত অনুষ্ঠিত হয় বিজেপিৰ সভা । বিজেপি নগৰ মণ্ডলৰ সদস্যৰ উপস্থিতিত অনুস্থিত বিজেপি মিছন১০০+ লক্ষ্য আগত লৈ উক্ত অঞ্চলত অনুষ্ঠিত হয় বিজেপিৰ এখন ৰাজহুৱা সভা। সভাত উপস্থিত থাকে যোৰহাট জিলাৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা বিজেপি সভাপতি কামাখ্যা মোহন দাস লগতে জিলা বিজেপি কর্ম কৰ্তা। ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা ৰাজহুৱ সভাত বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় ১৫০ জনৰ অধিক লোকে যোৰহাট সমষ্টিৰ বিধায়ক আৰু জিলা বিজেপি সভাপতি কামাখ্যা মোহন দাসৰ উপস্থিতি বিজেপি দলত যোগদান কৰে ।
No comments