Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদলত আৰক্ষীৰ বাধা : পৰিষদৰ কুৰিজন সদস্যক গ্ৰেপ্তাৰ

  ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২০ জানুৱাৰীঃ জাতি ধ্বংসী নাগৰিকত্ব আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী...


 ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২০ জানুৱাৰীঃ জাতি ধ্বংসী নাগৰিকত্ব আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও চহৰত এক জোৰ সমদল বাহিৰ কৰে। নগাঁও চহৰৰ নতুন বজাৰৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে এই জোৰ সমদলত অংশগ্ৰহণ কৰি নগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদী দলটোক আৰক্ষীয়ে আদবাটতে বাধা দিয়াৰ লগতে পৰিষদৰ কুৰিজন সদস্যক আটক কৰি থানালৈ লৈ যায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰা আৰু প্ৰাগজ্যোতিষ বনিয়াই অংশগ্ৰহণ কৰে।

No comments