Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰোড সংযোক্তসমৰ কলা প্ৰতিষ্ঠানৰ বৃহৎ সফলতা

  গণ বাৰ্তা, শালবাৰী, ১২ জানুৱাৰী: যোৱা  ৮, ৯ আৰু ১০ জানুৱাৰী ২০২১ ইং তাৰিখে অনুষ্ঠিত সদৌ অসম পেঙ্কাট ছিলাৰ উদ্যোগত খেল প্ৰতিযোগীতা অনুষ্ঠিত...


 গণ বাৰ্তা, শালবাৰী, ১২ জানুৱাৰী: যোৱা ৮, ৯ আৰু ১০ জানুৱাৰী ২০২১ ইং তাৰিখে অনুষ্ঠিত সদৌ অসম পেঙ্কাট ছিলাৰ উদ্যোগত খেল প্ৰতিযোগীতা অনুষ্ঠিত হয়৷ ভাৰত চৰকাৰৰ অনুমুদন প্ৰাপ্ত খেলখনত ইণ্ডিয়ান পুলিচ গেম্চ, স্কুল গেম্চ, ইউনিভাৰ্ছিটি গেম্চ, এছিয়ান গেম্চ আদি খলত অন্তৰ্ভোক্ত৷ বৰপেটা জিলাত এই খেলটো বৰকৈ নতুন৷ যিহেতু অসমত এই খেলটো দুই-তিনি বছৰৰ পৰা হে জনপ্ৰীয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ ১৪ জনীয়া বৰপেটাৰোড সংযোক্তসমৰ কলা প্ৰতিষ্ঠানটোৰ পৰা ৰাজ্যিক পৰ্যায়ৰ খেল প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰিব পাৰিছে৷ ডক্টৰ মেহবুবুৰ ৰহমানৰ প্ৰশিক্ষণৰ জৰিয়তে মাত্ৰ এমাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়ে প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰিও এক বৃহৎ শাফল্য লাভ কৰিবলৈ সক্ষম হয়৷ দলটোৰ পৰা সৰ্বমুঠ ৭ জনে মেডেল লাভ কৰিবলৈ সক্ষম হয়৷ এজন গ'ল্ড ছলমান হুছেইন, দুজন ছিলভাৰ, আৰু চাৰিজন ব্ৰঞ্চ পাবলৈ সক্ষম হয়৷ এই খেল খনত বৰপেটাৰোড চি এছ চি ডক্টৰ নিলিকা থাউচেন অংশ লই ৫৮ কেজী ফিমেল শাসাত ব্ৰঞ্চ লাভ কৰিবলৈ সক্ষম হয়৷ ডক্টৰ মেহবুবুৰ ৰহমানে জানিবলৈ দিয়া মতে সদৌ অসম পেঞ্চাট ছিলাট এচছিয়েশ্বনৰ তৰফৰ পৰা সাধাৰণ সম্পাদক আৰু টেক্নিকেল এডিটৰ তথা লক্ষ্যজিত দলে বিশেষকৈ অৰিহণা যোগোৱা বাবে এই শাল্য হয় দলটোৱে৷

No comments