Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰূপহীহাটৰ শিঙিমাৰীৰ পৰা স্কুলীয় ছাত্ৰ সন্ধানহীন

গণবাৰ্তা বিশেষ, ৰূপহীহাট, ৮ জানুৱাৰীঃ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শিঙিমাৰী গাঁওৰ ছামছুল ইছলামৰ পুত্ৰ মোজাহিদু ইছলাম নামৰ দশম শ্ৰেণ...


গণবাৰ্তা বিশেষ, ৰূপহীহাট, ৮ জানুৱাৰীঃ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শিঙিমাৰী গাঁওৰ ছামছুল ইছলামৰ পুত্ৰ মোজাহিদু ইছলাম নামৰ দশম শ্ৰেণীৰ ছাত্ৰজন যোৱা ১০ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ উক্ত দিনাখন বজাৰলৈ  বুলি ঘৰৰ পৰা ওলাই গৈছিল মোজাহিদুল ইছলাম নামৰ ছাত্ৰজন ৷ তাৰ পিছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত সন্ধান কৰিও কোনো সম্ভেদ লাভ কৰা নাই  ৷  ঘটনা সন্দৰ্ভত পিতৃয়ে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ আনহাতে  কোনো সদাশয় ব্যাক্তিয়ে লৰাজনৰ সম্ভেদ পালে  8590864359 নম্বৰত বা ৰূপহীহাট আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায় ৷

No comments