Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১৮ ডিচেম্বৰত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হব সংখ্যালঘু অধিকাৰ দিৱস

• ১৮ ডিচেম্বৰত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হব সংখ্যালঘু অধিকাৰ দিৱস। • গুৱাহাটীস্থিত এন ই এফ কলেজ, সোনকুচিত পোন প্ৰ...


• ১৮ ডিচেম্বৰত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হব সংখ্যালঘু অধিকাৰ দিৱস।

• গুৱাহাটীস্থিত এন ই এফ কলেজ, সোনকুচিত পোন প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটীয়ে পালন কৰিব এই দিৱস। 
• সংখ্যালঘু সকলৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটীয়ে এই দিৱসটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃত্বই। 
• উল্লেখ্য যে, ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ চনদত ১৮ ডিচেম্বৰৰ দিনটো সংখ্যালঘু অধিকাৰ দিৱস হিচাপে ঘোষণা কৰা হৈছে। 

No comments