• ১৮ ডিচেম্বৰত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হব সংখ্যালঘু অধিকাৰ দিৱস। • গুৱাহাটীস্থিত এন ই এফ কলেজ, সোনকুচিত পোন প্ৰ...
• ১৮ ডিচেম্বৰত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হব সংখ্যালঘু অধিকাৰ দিৱস।
• গুৱাহাটীস্থিত এন ই এফ কলেজ, সোনকুচিত পোন প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটীয়ে পালন কৰিব এই দিৱস।
• সংখ্যালঘু সকলৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটীয়ে এই দিৱসটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃত্বই।
• উল্লেখ্য যে, ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ চনদত ১৮ ডিচেম্বৰৰ দিনটো সংখ্যালঘু অধিকাৰ দিৱস হিচাপে ঘোষণা কৰা হৈছে।
No comments