Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এ চি এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে আয়াজ তানভিৰে

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৪ ডিচেম্বৰ : বিহস্পতিবাৰে ঘোষিত হোৱা অসম অসামৰিক সেৱা তথা এ চি এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ যোৰহাটলৈ গৌৰৱ কঢ়ি...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৪ ডিচেম্বৰ : বিহস্পতিবাৰে ঘোষিত হোৱা অসম অসামৰিক সেৱা তথা এ চি এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে  যোৰহাট লিচুবাৰী বাসিন্দাৰ আব্দুল ৰহিমৰ পুত্ৰ যোৰহাটলৈ  আয়াজ তানভিৰে ।  তানভিৰ অসমৰ বিশিষ্ট গীতিকাৰ নৰুল হকৰ জী নাতি হয় ।

No comments