ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৪ ডিচেম্বৰ : বিহস্পতিবাৰে ঘোষিত হোৱা অসম অসামৰিক সেৱা তথা এ চি এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ যোৰহাটলৈ গৌৰৱ কঢ়ি...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৪ ডিচেম্বৰ : বিহস্পতিবাৰে ঘোষিত হোৱা অসম অসামৰিক সেৱা তথা এ চি এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাট লিচুবাৰী বাসিন্দাৰ আব্দুল ৰহিমৰ পুত্ৰ যোৰহাটলৈ আয়াজ তানভিৰে । তানভিৰ অসমৰ বিশিষ্ট গীতিকাৰ নৰুল হকৰ জী নাতি হয় ।
No comments