ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট,৬ ডিচেম্বৰ : সদ্য ঘোষিত ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি ( নিম্ন প্ৰাথমিক) পৰীক্ষাত যোৰহাট ন-আলি ঢেকিয়াজুলি সো...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট,৬ ডিচেম্বৰ : সদ্য ঘোষিত ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি ( নিম্ন প্ৰাথমিক) পৰীক্ষাত যোৰহাট ন-আলি ঢেকিয়াজুলি সোণাৰি গাঁও মজলীয়া বিদ্যালয়ৰ পৰা মুঠ বাৰ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সু- নাম কঢ়িয়াই আনিছে । তেওঁলোক হল দেৱাশ্ৰী বৰা,ৰাজদ্বীপ গগৈ,জানমণি গগৈ,অভিজিৎ গন্ধীয়া, অনিতা বৰুৱা, প্ৰাচুৰ্য গগৈ,সঞ্জয় বৰা,প্ৰীতম গগৈ, আদিত্য ৰাজ গগৈ,নিমিষ ৰঞ্জন বৰা, অংকুৰ কোঁৱৰ আৰু পলাশ জ্যোতি গগৈ।
No comments