Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আক্ৰমণ তীব্ৰ গৰিহণা এবছুৰ

গোৰেশ্বৰ, ১০ ডিছেম্বৰ: ইউপিপিএলৰ সভাপতিৰ প্ৰমোদ বড়োক যোৱা কালি বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ নাইগাৱত যোৱাকালি ইউপিপিএলৰ স...



গোৰেশ্বৰ, ১০ ডিছেম্বৰ: ইউপিপিএলৰ সভাপতিৰ প্ৰমোদ বড়োক যোৱা কালি বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ নাইগাৱত যোৱাকালি ইউপিপিএলৰ সভাপতিৰ তথা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু ১১ নং বাওখুংগ্ৰিপৰিষদীয় সমষ্টিৰ প্ৰতিভা ব্ৰহ্মৰ উপৰত হাগ্ৰামা মহিলাৰীৰ পৰিচালিত ভেৰনীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ  ফুকন দৈমাৰী, গোৰেশ্বৰ আঞ্চলিক কমিটিৰ সভাপতি মিলনীয়াৰ বড়োই তীব্ৰ ভাষাৰে গৰিহনা দি দোষী ক উচিত শান্তি দাবী উত্থাপন কৰিছে ।  উল্লেখযোগ্য যোৱা ৭ ডিছেম্বৰ ত  বি টি চি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ক্ৰমে বাক্সা আৰু ওদালগুৰি জিলাত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যোৱাৰ পিছত অহা ১০ ডিছেম্বৰত  কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৯ খন এখনৰ বাবে অনুষ্ঠিত হবলগীয়া  দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰগক্ষণত কোকৰাঝাৰ জিলাৰ নাইগাৱত যোৱা কালি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ইও পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ১১ নং বাওখুংগ্রি জপৰিষদিয় সমষ্টিৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মৰ উপৰত হাগ্ৰামা মহিলাৰিৰ পৰিচালিত বি পি এফ দলৰ ভাৰোনিয়া গুণ্ডাবাহিনিয়ে যি  অন্যাইভাবে ভয়ংকৰ আক্ৰমণ চলালে ইয়াক প্ৰতিবাদ জনাই  বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ   সম্পাদক ফুকন দৈমাৰী আৰু গোৰেশ্বৰ  আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ  সভাপতি  মিলনীয়াৰ বড়োৰ লগতে ইউপিপিএলৰ গোৰেশ্বৰ ব্লক কমিটিৰ সভাপতিৰ প্ৰবীন বসুমতাৰী সম্পাদক পবিত্ৰ বসুমতাৰীয়ে ভাষাৰে গৰিহণা জনাইছোঁ আৰু অনতিপলমে দোষীক  কৰায়ক্ত কৰি উচিত শাস্তি দিবলৈ অনুৰোধ জনাইছে লগতে উক্ত আক্ৰমণৰ এক উচ্চস্তৰীয় তদন্তৰ বাবেও অসম চৰকাৰক অনুৰোধ জনাইছোঁ।  

No comments