Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তৰাগাঁৱত ট্ৰেক্টৰৰ খুন্দাত নিহত ছাত্ৰৰ ঘৰত বিধায়ক বিনন্দ কুমাৰ শইকীয়া

গণবাৰ্তা,ছিপাঝাৰ,৩১ডিচেম্বৰ:  সোমবাৰে পুৱা বিদ্যালয়লৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন নাম্বাৰ প্নেট বিহীন ট্ৰেক্টৰে তীব্ৰ বেগে খুন্দ...


গণবাৰ্তা,ছিপাঝাৰ,৩১ডিচেম্বৰ: সোমবাৰে পুৱা বিদ্যালয়লৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন নাম্বাৰ প্নেট বিহীন ট্ৰেক্টৰে তীব্ৰ বেগে খুন্দিয়াই নিহত কৰা তৰাগাঁৱৰ ৰেকিবুল হুছেইনৰ ঘৰত আজি উপস্থিত হয় ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া।অসম বিধান সভাৰ অধিৱেশনৰ বাবে সময়ত খবৰ লব নোৱাৰিলে যদিও ৩০ ডিচেম্বৰত অধিৱেশনৰ অন্ত পৰাৰ পিছত আজি নিহত ছাত্ৰজনৰ ঘৰত উপস্হিত হৈ গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।বিধায়ক গৰাকীৰ এনে মহানুভৱতাত ৰাইজে প্ৰশংসা কৰিছে।

No comments