ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১৩ নৱেম্বৰঃ নলবাৰীৰ সহোদৰৰ হিয়াৰ মেল নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ উদ্যোগত বৰ্ণিবাৰী গাঁঁৱৰ মুক্তি যুঁজাৰু না...
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১৩ নৱেম্বৰঃ নলবাৰীৰ সহোদৰৰ হিয়াৰ মেল নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ উদ্যোগত বৰ্ণিবাৰী গাঁঁৱৰ মুক্তি যুঁজাৰু নাৰায়ণ বৰ্মনক শ্ৰদ্ধা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক যাদৱ সেন ডেকা,সহোদৰৰ আহ্বায়ক দিলজিত বৰ্মন,প্ৰণৱ শৰ্মা,অসম নাট্য সন্মিলনৰ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক দিগন্ত মিশ্ৰ,সমকৰ্মী অখিল বৰ্মন।সকলোৱে নাৰায়ণ বৰ্মনৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে।
No comments