গণবাৰ্তা বিশেষ,মুকালমুৱা,২০ ডিচেম্বৰ: মুকালমুৱা টাউন ক্লাৱৰ উদ্যোগত মুকালমুৱাস্থিত দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা ফাইজ আলী সোৱৰণী প্ৰাইজমানি...
গণবাৰ্তা বিশেষ,মুকালমুৱা,২০ ডিচেম্বৰ: মুকালমুৱা টাউন ক্লাৱৰ উদ্যোগত মুকালমুৱাস্থিত দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা ফাইজ আলী সোৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ চুড়ান্ত খেলখনত আৰিয়ান ক্লাৱে সোণাপুৰ প্ৰগতি সংঘক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে।দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে উদ্বোধন কৰা খেলখনত মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী ,বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি মোহন কলিতা সহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments