Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ হেজাৰী বালি গাঁও সমবায় সমিতি গঠন

  গণ বার্তা যোৰহাট , ১৯ ডিচেম্বৰঃ ব্যাপক অনিয়ম কেলেংকাৰীৰ বাবে বিগত কেইবা বছৰো ধৰি অচল হৈ থকা যোৰহাটৰ  হেজাৰী সমবায় সমিতিৰ নতুন সঞ্চালকমণ্ডল...

 


গণ বার্তা যোৰহাট , ১৯ ডিচেম্বৰঃ ব্যাপক অনিয়ম কেলেংকাৰীৰ বাবে বিগত কেইবা বছৰো ধৰি অচল হৈ থকা যোৰহাটৰ  হেজাৰী সমবায় সমিতিৰ নতুন সঞ্চালকমণ্ডলীৰ জৰিয়তে  আজি গঠন কৰা  হয় নতুন সমিতি | ৰঞ্জিত বৰা সভাপতি আৰু অনন্ত দাসক উপ সভাপতি হিচাপে  মনোনিত হয় সমবায় সমিতি খনৰ | ৬খন পঞ্চায়তৰ এলেকাৰ  অন্তভুক্ত প্ৰায় ২৭০০ অংশীদাৰ  থকা সমবাস খন দীৰ্ঘ দিন ধৰি অচলাৱস্হাত থকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন  হৈছিল অংশীদাৰ তথা গ্ৰাহক সকল |   চৰকাৰীভাবে সমবায় বিভাগৰ এগৰাকী বিষয়াৰ নেতৃত্বত পৰিচালিত হৈ আছিল সমবায়খন । শেহতীয়াকৈ চৰকাৰী বিষয়াৰ তৎপৰতাত সমবায়খনৰ অংশীদাৰ সকলৰ সাধাৰণ সভা অনুষ্ঠিত কৰি নতুন সঞ্চালক মণ্ডলীৰ জৰিয়তে নতুন সমিতি গঠন কৰা হয় ।   ৰঞ্জিত বৰাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা সমবায় সমিতিখনে ৰাইজে সুলভ মুল্যত  চৰকাৰী আবন্টিত সামগ্ৰী সুচলভাবে পাব বুলি   অঞ্চল বাসী ৰাইজে আশা প্ৰকাশ কৰিছে ।

No comments