Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছালাবিলা জনপ্ৰিয় সংঘৰ উদ্যোগত একাদশ প্ৰাইজমানী ক্ৰিকেট খেলৰ উদ্বোধন

কোকিলা, ১৩ ডিচেম্বৰঃ বঙাইগাওঁ জিলাৰ ছালাবিলা জনপ্ৰিয় সংঘৰ উদ্যোগত আৰু বাশবাৰী আমাৰ এন, জি অৰ সহযোগত ছালাবিলা আঞ্চলিক খেলপথাৰত একাদশ টেনিচ ব...


কোকিলা, ১৩ ডিচেম্বৰঃ বঙাইগাওঁ জিলাৰ ছালাবিলা জনপ্ৰিয় সংঘৰ উদ্যোগত আৰু বাশবাৰী আমাৰ এন, জি অৰ সহযোগত ছালাবিলা আঞ্চলিক খেলপথাৰত একাদশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী কৰে ব্ৰহ্মপুত্ৰ ভেলী ছিভিল ছোছাইটীৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ আৰু বঙাইগাঁও নেহৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক জীতেন্দ্ৰ সিং। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে হজৰত আলী আহমেদ, তালেব উদ্দিন আহমেদ, শামছুদ্দিন আহমেদ, জনপ্ৰিয় সংঘৰ সভাপতি মোনোৱাৰ হুছেইন, বাশবাৰী আমাৰ এন জি অ ৰ সভাপতি আমিৰ হুছেইন, মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তাদ্বয় গজিবৰ ৰহমান, মুক্তাৰ জামান, খেল পৰিচালনা সমিতিৰ সভাপতি মিজানুৰ ৰহমান আৰু আমিনুৰ ইছলামে সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে । চি টি মাণিকপুৰ,আৰু কিং এলেবেন নগৰঝাৰৰ মাজত উদ্বোধনী খেল অনুষ্ঠিত হয়। ৰাইজৰ মাজত উৎসাহ পৰিলক্ষিত হয়।

No comments