Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নীলবাগানত সদৌ অসম ভিত্তিত নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

ছাদিকুজ জামান, মোৰাঝাৰ ৯ ডিচেম্বৰ:  হোজাইৰ নীলবাগান নিউ ষ্টাৰ ক্লাৱে নীলবাগান ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত কৰিছে  সদৌ অসম ভিত্তিত নৈশ টেনিছ...



ছাদিকুজ জামান, মোৰাঝাৰ ৯ ডিচেম্বৰ: হোজাইৰ নীলবাগান নিউ ষ্টাৰ ক্লাৱে নীলবাগান ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত কৰিছে  সদৌ অসম ভিত্তিত নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৷১৮ ডিচেম্বৰৰ পৰা শুভাৰম্ভনি হবলগীয়া প্ৰতিযোগিতাখনত যোগদান মাচুল ৫ হাজাৰ টকা৷চেম্পিয়ন প্ৰাইজমানি ট্ৰফিসহ নগদ ১ লাখ টকা আৰু ৰানাৰ্ছ আপ প্ৰাইজমানি ট্ৰফিসহ নগদ ৫০ হাজাৰ টকা৷মেন অৱ দ্যা টুৰ্ণামেন্ট ১৫ হাজাৰ টকা ৷প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচৰা সকলে কাৰ্যকৰী সভাপতি আমিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ৰায়হান আহমেদ চৌধুৰীৰ সৈতে 70026 17785,70023 73235 নং যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে জনাইছে৷

No comments