Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ অধিবেশনৰ ব্যাপক প্ৰস্তুতি

  গণ বাৰ্তা নেপালী বজাৰ , ১০ ডিচেম্বৰ:  বিগত বৰ্ষ সমুহৰ দৰে এই বেলিও অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ দৰং জিলা সমিতিৰ  ৪ৰ্থ তম দ্বি-বাৰ্ষিক অধিব...


 গণ বাৰ্তা নেপালী বজাৰ , ১০ ডিচেম্বৰ: বিগত বৰ্ষ সমুহৰ দৰে এই বেলিও অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ দৰং জিলা সমিতিৰ  ৪ৰ্থ তম দ্বি-বাৰ্ষিক অধিবেশন খন জঙ্গলপাৰা কনিষ্ঠ মহা বিদ্যালয়ত  অনুষ্ঠিত হব । জানিব পৰা মতে  ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হক, ওমৰ আলী আৰু জহৰ আলী সমন্বয় ক্ষেত্রত  দুদিনিয়া বৰ্ণাঢ্য বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অভ্যৰ্থনা সমিতিয়ে। উল্লেখযোগ্য যে উক্ত অধিবেশনৰ সৈতে সংগতি ৰাখি ৭২ ৰ মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হক, ওৰম আলী আৰু জহৰ আলীৰ আত্ম বলিদানৰ স্মৃতিত অসমৰ সমাজ জীৱনত উপস্থাপন ও ৰুমন্থনৰ প্ৰয়াস কৰা হৈছে বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল ওয়াহিদে জানিবলৈ দিয়ে। চলিত মাহৰ  ১২ আৰু  ১৩ তাৰিখে জঙ্গল পাৰা কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হব দৰং জিলা সমিতিৰ  ৪ৰ্থ তম দ্বি বাৰ্ষিক অধিবেশন । 

উক্ত অধিৱেশনত দৰং জিলাবাসী  ৰাইজক  দলে বলে উপস্থিত থাকিবলৈ অনুৰোধ  জনোৱাৰ লগতে  অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিবলৈ দৰং জিলা বাসীক  আহ্বান জনাইছে অভ্যৰ্থনা সমিতিয়ে ।


No comments