তিনিচুকীয়া, ২২ ডিচেম্বৰ: কৰ্মসংস্থাপনৰ দাবী লগতে খালি হৈ থকা সকলো পদ অতি শীঘ্ৰে পূৰণ কৰক, আমাৰ চাকৰি ক'ত,দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে ন...
তিনিচুকীয়া,২২ ডিচেম্বৰ: কৰ্মসংস্থাপনৰ দাবী লগতে খালি হৈ থকা সকলো পদ অতি শীঘ্ৰে পূৰণ কৰক, আমাৰ চাকৰি ক'ত,দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰক, কাম দিব নোৱালৈকে সকলো নিবনুৱা ক মহিলী ৬০০০ টকা কৈ নিবনুৱা ভট্টা প্ৰদান কৰক, নতুন উদ্যোগ স্থাপন কৰক আদি স্লগান দি উত্তাল প্ৰতিবাদ কৰে । বন্ধ হৈ থকা উদ্যোগ সমূহ পুনৰুজীৱিত কৰক ,অসমৰ ৰাজহুৱা আৰু ব্যক্তিগত সকলো প্ৰতিষ্ঠানৰ ৩য় আৰু ৪থ বৰ্গ ৰ পদত অসমৰ যুৱক যুৱতীক নিযুক্তি দিয়ক ,ঠিকা ভিত্তিক শিক্ষক কৰ্ম চাৰি চাকৰি স্থায়ী আৰু ভেন্সাৰ শিক্ষক কৰ্মচাৰী চাকৰি প্ৰাদেশিকীকৰণ ,আদি দাবীত আজি তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত যুৱ-ছাত্ৰ বিক্ষোভ কাৰ্যসূচি হাতত লয় । এই কাৰ্যসূচীত তিনিচুকীয়াৰ জিলাৰ বিভিন্ন স্কুল কলেজৰ পৰা ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল ।
No comments